FLAT 50 OFF USE CODE - NEWUSER

Rashmi Das
Rashmi Das@Rashmi123
Read More
চেনেহীৰ কাপোৰবোৰ সচাই বহুত ধুনিয়া , মই মোৰ বিয়াৰ বাবে ইয়াৰ পৰা কাপোৰ কিনিছিলো আৰু তেওঁলোকে বজাৰতকৈ কম দামত মোক সকলোখিনি কাপোৰ দিছিল ।
Purabi Saikia
Purabi Saikia@Rashmi123
Read More
আপোনালোকৰ কাপোৰৰ ভিডিঅবোৰ সদাই চাওঁ , বহুত ভাল লাগে চাই
Mala Devi
Mala Devi
Read More
মই যোৱা ৩ বছৰ ধৰি চেনেহীৰ কাপোৰ ৰিচেইল কৰি আছো । মোৰ কাষ্টমাৰ সকল চেনেহীৰ কাপোৰলৈ সদাই সুখী
Mina Khataniar
Mina Khataniar
Read More
আপোনালোকৰ কাপোৰৰ কালেকচনবোৰ সচাকৈ বহুত ধুনিয়া ।
Priyanka Bora
Priyanka Bora
Read More
Thank you "SENEHI" , your service and collection is always good . Very fast Delivery & Low price Rate .
Sumi Saikia
Sumi Saikia
Read More
Your collections are amazing , meterial as good as expected .
Lina Basumatary
Lina Basumatary
Read More
ফটোত দেখাৰ দৰেই কাপোৰযোৰ আহিছে , মই বহুত সুখী । all thanks to senehi
Previous
Next

Summer Special Sale is Live now

offer
Cash on Delivery ৰ পৰিৱৰ্তে Prepaid অৰ্ডাৰ কৰক আৰু লাভ কৰক প্ৰতিটো Prepaid অৰ্ডাৰত এক নিশ্চিত উপহাৰ
Reseale our Product
আমাৰ কাপোৰসমূহ ৰিছেইল কৰি বহুতো মহিলা স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়ালটো পোহপাল দি আছে । আপুনিও যদি আমাৰ কাপোৰসমূহ ৰিছেইল কৰিব বিচাৰে তেন্তে whatsapp কৰক - 9435965045 নম্বৰত
Online Sale
আমাৰ কাপোৰসমূহ আমাৰ website - Senehi.in ৰ পৰা ক্ৰয় কৰাৰ উপৰিও Meesho, Amazon , Flipkart , Shopsy আদি ৰ পৰাও কিনিব পাৰিব ।
Our Story
আপোনালোকৰ মৰম ,চেনেহ আৰু আৰ্শীৰবাদত চেনেহীৰ নাম এতিয়া সকলোৰে মুখে - মুখে । চেনেহীৰ কাপোৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত বিক্ৰী কৰি অসমীয়া সাজ-পাৰক বিশ্বত পৰিচয় কৰাই দিব পাৰিছো ।চেনেহীক ইমানখিনি মৰম দিয়াৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ ।
Previous slide
Next slide
Scroll to Top